Mur Jibonor Akakhote Lyrics. Mur Jibonor Akashote Assamese old 2000 song. Lyricsdb.org here you cn find all language songs.

Mur Jibonor Akakhote Lyrics

মোৰ জীৱনৰ আকাশতে

ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম
সাত ৰঙেৰে মীনা কৰাই২
মৰমেৰে তৰিম।২
ইন্দ্ৰধনু গঢ়িম…২
মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম…

মেদুৰ মেঘৰ মাদল কোবাই২
গগন গগনা আলফুলে বাই
বিজুলী নটীৰ নাচোনটি চাই২
দেও দি দেও দি নাচিম ।।২
ইন্দ্ৰধনু গঢ়িম…২
মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম

কিনকিনীয়া চকুলোৰে
হুমুনিয়াহ ভাপকণেৰে

কিনকিনীয়া চকুলোৰে
হুমুনিয়াহ ভাপকণেৰে
প্ৰণয় সূৰুয দেৱতাৰে২
জিলিকণি সানিম২
মোৰ জীৱনৰ আকাশতে

ইন্দ্ৰধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে

ইন্দ্ৰধনু গঢ়িম..৩

video

Follow me on Blogarama

By Admin